জ্ঞান - অসমীয়া GK এপ।। Gyan - Assamese GK App

3 (6)

Pendidikan | 3.8MB

Penerangan

এই কুইজ এপ টোত আপোনালোকে বিভিন্ন বিষয় যেনে সাহিত্য, বিজ্ঞান, সাধাৰণ জ্ঞান, খেল, আৱিষ্কাৰ, মহাকাশ, ইতিহাস, ভূগোল ইত্যাদিৰ কুইজ সমূহ পঢ়িবলৈ পাব।
এই app টোত প্ৰতিদিনে নতুন নতুন কুইজ add কৰা হয়। গতিকে app টো সদায় আপোনাৰ মোবাইলত install ৰাখিব নতুন নতুন কুইজ পঢ়িবলৈ।
জ্ঞান অসমীয়া কুইজ এপ ত আপুনি জনা কুইজও add কৰিব পাৰিব । কুইজ add কৰিবলৈ menu ত থকা Add Quiz ত ক্লিক কৰি নতুন কুইজ add কৰিব পাৰিব ।
অনুগ্ৰহ কৰি app টো ৱ্যৱহাৰ কৰি আপোনাৰ অনুভৱ rating আৰু comment কৰি আমাক জনাওক।
ধন্যবাদ।।

Show More Less

Yang Baru জ্ঞান

➡️30+ Categories
➡️New quiz update every day
➡️Best app for EXAM preparation
➡️Small size app 3MB only

Maklumat

Dikemas kini:

Versi Semasa: 1.1

Memerlukan Android: Android 4.0.3 or later

Rate

Share by

Awak juga mungkin menyukai